ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীৰ ৰক্তদান

গুৱাহাটী, ১৯ জুনঃ লোকসভাৰ বিৰোধী দলপতি, সাংসদ ৰাহুল গান্ধীৰ শুভ জন্মদিন উপলক্ষে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰথম ৰক্তদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু দ্বিতীয়জন ৰক্তদাতা হিচাপে সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই অংশগ্ৰহণ কৰে। সমগ্ৰ দেশজুৰি আজি অনাড়ম্বৰভাৱে ৰাহুল গান্ধীৰ জন্মদিন উদযাপন কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত পুৱা ১০.৪৫ বজাৰ পৰা গুৱাহাটীৰ চহৰীয়া ব্লাড চেণ্টাৰৰ সহযোগত অসম মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, এনএছইউআই, অ’বিচি কোষ আৰু মিডিয়া বিভাগৰ শতাধ

ৰঙানদী আৰু সোৱণশিৰি নদীবান্ধ প্ৰকল্প: নামনি অঞ্চলৰ প্ৰভাৱ, সংগ্ৰাম আৰু ভৱিষ্যৎ

ৰঙানদী আৰু সোৱণশিৰি, এই প্ৰকল্প দুটা, এখিনি মানুহৰ বাবে উন্নয়নৰ কাঠামু আৰু এখিনিৰ বাবে বেদনাৰ স্তম্ভ। এই দুখিনি মানুহৰ চেতন আৰু অৱচেতন পক্ষপাতৰ দোলনাত আজি অঞ্চলটোৰ জৈৱ-বৈচিত্ৰতা মুচকচ গৈছে।অৰুণাচলৰ সীমাৰ ভিতৰত থকা বান্ধ দুয়োটাৰ- ৰঙানদী বান্ধটো ইতিমধ্যে কাৰ্যক্ষম। নামনি সোৱণশিৰি প্ৰকল্পটো কেইটিমান দিনৰ ভিতৰতে কাৰ্যক্ষম হব। সোৱণশিৰি প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ লগে লগে এক দীঘলীয়া সংগ্ৰামৰো অন্ত পৰাৰ দিশত। পিছে ৰঙানদীৰ দৰে কাৰ্যক্ষম হোৱাৰ পিছত, সোৱণশিৰি বান্ধটোৱে নামনিবাসীৰ উপৰত উপদ্ৰৱ আৰম্ভ কৰিলে, সোৱণশিৰিৰ নামনিত পুনঃসংগ্ৰাম হোৱাটো নিশ্চিত, ৰঙানদীৰ দৰে এৰি দিয়া ভকত সোৱণশিৰিৰ নামনিবাসী নহয়।&nb

চেনেহ বৃদ্ধাবাসত জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতামূলক সভা

গুৱাহাটী, ১৮ জুনঃ সমগ্ৰ বিশ্বতে জ্যেষ্ঠজন বা বৃদ্ধ লোকৰ ওপৰত চলা উৎপীড়ন, নিৰ্যাতন আদিৰ দৰে ঘটনা প্ৰায়েই সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে ১৬ জুনৰ দিনটোত বিশ্ববাসীয়ে জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতা দিৱস উদযাপন কৰি আহিছে। উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি কাহিলিপাৰাস্থিত চেনেহ বৃদ্ধাবাসত আৰু ১৫ জুনত গুৱাহাটীৰ মঠঘৰীয়াস্থিত মনালিছা ছ’চাইটিৰ মাতৃ নিবাসত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব লীনা দলেৰ তত্ত্বাৱধানত আৰু স্বেচ্ছাসেৱী সংগঠন নিলয়ৰ সহযোগত। আৱাসীসকলৰ উপস্থিতিত অন

পষেকীয়া বাৰ্তালোচনী '"মাটিৰ মানুহ"ৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন

গুৱাহাটী, ১৮ জুনঃ পষেকীয়া বাৰ্তালোচনী '"মাটিৰ মানুহ"ৰ দ্বিতীয় খোজৰ প্ৰস্তাৱনা সংখ্যা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। প্ৰয়াত নিবাৰণ বৰা ( উপদেষ্টা), প্ৰয়াত ননীকান্ত বৈশ্য (প্ৰতিষ্ঠাপক সঞ্চালক) আৰু প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য (উপদেষ্টা)ৰ উদ্যোগত এই পষেকীয়া বাৰ্তালোচনীখন ১৯৯২ চনৰ ১৪ এপ্ৰিলত প্ৰকাশ পাইছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ২০০৮ ৰ পৰা কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰিছিল। কিন্তু বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত পষেকীয়া বাৰ্তালোচনীখন পুনৰ উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট কৃষক হৰি কাকতিয়ে। জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই সভাপতিত্ব কৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থ

বামুণীমৈদাম গাৰ্লছ পলিটেকনিকত নিয়োগ মেলা

গুৱাহাটী, ১৮ জুনঃ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত পদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানী (পি চি পি এচ) গার্লছ পলিটেকনিকৰ ছাত্ৰীসকলক ব্যক্তিগত খণ্ডত নিয়োগৰ সুবিধা তথা উদ্যোগ খণ্ডত প্রত্যক্ষ নিয়োগৰ প্ৰয়োজনীয় অৰ্হতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে নিয়োগ মেলাৰ আয়োজন কৰা হয়। গাৰ্লছ পলিটেকনিকৰ চৌহদত প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা এই নিয়োগ মেলা উদ্বোধন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডঃ নজৰুল হকে। 

চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতা

গুৱাহাটী, ১৮ জুনঃ গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাই বিষ্ণুপ্রসাদ ৰাভা দিৱস উপলক্ষে দেওবাৰে দুটা শাখাত স্কুলীয় ছাত্ৰ-ছাত্ৰীৰ মাজত শাখাৰ কাৰ্যালয় "ৰবীন্দ্ৰনাথ দাস সভা গৃহ'ৰ "ড০ মামণি ৰয়ছম গোস্বামী মঞ্চ'ত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰে। গুৱাহাটী মহানগৰৰ লগতে আশেপাশে থকা কেইবাখনো বিদ্যালয়ৰ প্ৰায় ৩০ জন ছাত্র-ছাত্রীয়ে এই প্রতিযোগিতাত অংশ গ্ৰহণ কৰে। 'ক'-শাখাত (সপ্তম শ্রেণীলৈ) কেন্দ্রীয় বিদ্যালয়, খানাপাৰাৰ ছাত্ৰী মৃগাংক্ষী কলিতাই প্রথম স্থান আৰু ছাত্র, জ্যোতির্ময় নাথে, ২য় স্থান, শংকৰদেৱ বিদ্যানিকেতন, হেঙেৰাবাৰী, গুৱাহাটীৰ ছাত্র প্রজ্ঞানজ্যোতি দাসে তৃতীয় স্থান লাভ কৰে। শংকৰদেৱ বিদ

গৌৰৱ গগৈক আদৰণি হাজাৰ হাজাৰ নেতা-কৰ্মীৰ উপস্থিতিত, দুৰ্বৃত্তাচাৰ আৰু চিণ্ডিকেটৰ বিৰুদ্ধে যুঁজাৰ সংকল্প

আজি গৌৰৱ গগৈৰ নিজ জন্মস্থান যোৰহাট উজনি অসমত এক গৌৰৱজনক পৰিৱেশৰ সৃষ্টি কৰিলে। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ যোৰহাটত পদাৰ্পণ উপলক্ষে হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰৰৈয়া বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায়। কংগ্ৰেছ সমৰ্থকে ফুলাম গামোচা, বিহু আৰু ঝুমুৰ নৃত্যৰে গগৈক আদৰি লৈ যায়।

নিশা নিপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি — লখিমপুৰত বানৰ তাণ্ডৱ, ২৪ হাজাৰ পৰিয়াল বিপৰ্যস্ত

লখিমপুৰ: শুকুৰবাৰ সন্ধিয়া উত্তৰ-পূৰ্বাঞ্চল বিদ্যুৎ নিগম (নিপকো)-এ অৰুণাচল প্ৰদেশৰ ইয়াজালিস্থ পান্যৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী মুকলি কৰাৰ ফলত শনিবাৰৰ পুৱা ১ বাজে ৰঙানদীৰ পানী বিপদসীমা অতিক্ৰম কৰি ওলাই পৰে। হঠাৎ আহি পৰা এই পানীয়ে লখিমপুৰ জিলাৰ বিস্তীর্ণ অঞ্চলত এক শোকাবহ পৰিস্থিতিৰ সৃষ্টি কৰে। বহু লোক শুই থকা অৱস্থাতে পানীৰ কৱলত পৰে। ৰাইজে অভিযোগ কৰে যে নিপকোৱে আগতীয়াকৈ কোনো ধৰণৰ সতৰ্কবাণী নিদিয়াকৈ পানী মুকলি কৰিলে। ফলস্বৰূপে বহু পৰিয়ালে কেৱল গাত থকা কাপোৰ লৈ জীৱন ৰক্ষাৰ বাবে ঘৰ এৰি পলাই যায়।

গুৱাহাটী পানীত, পাহাৰত মৃত্যু ৫

গুৱাহাটী, ৩১ মে’ — গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত এক ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে। কৃত্ৰিম বান আৰু ভূমিস্খলনে ইতিমধ্যে ৫ গৰাকী লোকৰ প্ৰাণ লৈছে। গত ২৪ ঘণ্টাত মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা পৃথক পৃথক ভূমিস্খলনত এই মৃত্যুসংখ্যা ৰেকৰ্ড হৈছে।

চিকিৎসা গাফিলতাত GNRC হাস্পতাল দায়ী; ৰোগীৰ পক্ষত দৃষ্টান্তমূলক ৰায়

এখন দৃষ্টান্তমূলক ৰায়ত, ৰাষ্ট্ৰীয় গ্ৰাহক বিরোধ নিষ্পত্তি আয়োগ (NCDRC)-এ গুৱাহাটী নিউৰ'লজিকেল ৰিছাৰ্চ চেণ্টাৰ (GNRC) আৰু তাত কৰ্মৰত তিনিজন চিকিৎসকক এক গম্ভীৰ চিকিৎসাগত গাফিলতাৰ বাবে দায়ী ঘোষণা কৰিছে। এই গাফিলতাৰ ফলত অৰুণাচল প্ৰদেশৰ তকম জেমছ নামৰ এগৰাকী লোক ঘূণীয়া হৈছিল।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media