গুৱাহাটী, ২০ আগষ্ট: তিনিটা প্রধান জনজাতীয় সংগঠনে ২৩-২৪ আগষ্টত ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত ৩৬ ঘণ্টীয়া বন্ধৰ ঘোষণা কৰিছে। এই বন্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্ঘেৰিটা ভ্ৰমণৰ সময়তে পালিত হ'ব। তিৰাপ ট্ৰাইবেল বেল্টত নেপালী সম্প্রদায়ক সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্রদানৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাত এই বন্ধৰ আয়োজন।
সাংবিধানিক লংঘনৰ অভিযোগ